Showing posts with label Assamese Article. Show all posts
Showing posts with label Assamese Article. Show all posts
জলন্ত কাশ্মীৰ । Struggle of Jammu And Kashmir- Part 2
...প্ৰথম অংশ পঢ়িবলৈ ইয়াত Click কৰক--> অংশ ১
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ভূমিকা
এই অনুচ্ছেদ ৩৭০ ৰ বিৰুদ্ধে বহুতো সংগঠনে মাত মাতিছিল তাৰ
ভিতৰত এটা আছিল জম্মু প্ৰজা পৰিষদ। জম্মু কাশ্মীৰৰ পৰিস্থিতি দেখি ৰাষ্ট্ৰীয়
স্বয়ংসেৱক সংঘৰ প্ৰচাৰক বলৰাজ মাধকে ১৯৪৭ চনত জম্মু কাশ্মীৰত জম্মু প্ৰজা পৰিষদ
নামৰ ৰাজনৈতিক দলৰ গঠন কৰে। এই দলটোৱে পিছত ভাৰতীয় জন সংঘৰ লগত মিলি
কাম কৰিছিল। যি জনসংঘৰ স্থাপনা কৰিছিল শ্যাম প্ৰসাদ মুখাৰ্জীয়ে।
![]() | |
|
Subscribe to:
Posts (Atom)



